riflerift

rifle range (English) [ IPA: ˈraɪfəl ˈreɪndʒ ASM: ৰাইফল ৰেঞ্জ]
Contributed by: Biraj Kumar Kakati on 2008-07-13
1. (Proper Noun-Neuter) A range where people can practice shooting rifles. কাঁড়, বন্দুক আদি মাৰিবলৈ হাত পোনাবৰ বাবে পাতি লোৱা লক্ষ্য ।

Contributed by: Bikram M Baruah on 2010-03-01
2. (Material Noun-Neuter) a rifle range for target practice. এটা নিচান পুতি লক্ষ্য কৰি গুলী মাৰি হাত পোন কৰা ঠাই৷